Dipjyoti Das - OBHIMANI DUBAHU lyrics

Published

0 172 0

Dipjyoti Das - OBHIMANI DUBAHU lyrics

বেদনা যে আজি মনে কি জানে তোমাকে যে আজি মনে বিচাৰে অভিমানী দুবাহুত আজি কিনো কোৱা থাকিবানে তুমি আজি মনৰ আবেগত আজি মনে কি জানে আজি মনে বিচাৰে কিনো কোৱা আজি মনে তোমাকেই আজি মনত তুমিয়েই আজি মনে বিচাৰে কিনো কোৱা তোমাকেই যে আজি মনে বিচাৰে আজি তুমি মনৰ কল্পনা হৃদয়ত যে আজি তোমাৰেই হাঁহি কিনো যাদু দুচকুতেই তোমাৰ ৰাখিমে তোমাক সদায় দুবাহুৰ মাজতে থাকিমেই তোমাৰ সৈতে বুজানে তুমিয়েই আজি মনৰ আবেগত আজি মনে কি জানে আজি মনে বিচাৰে কিনো কোৱা আজি মনে তোমাকেই আজি মনত তুমিয়েই আজি মনে বিচাৰে কিনো কোৱা বেদনা যে আজি মনে কি জানে তোমাকে যে আজি মনে বিচাৰে অভিমানী দুবাহুত আজি কিনো কোৱা থাকিবানে তুমি আজি মনৰ আবেগত আজি মনে কি জানে আজি মনে বিচাৰে কিনো কোৱা আজি মনে তোমাকেই আজি মনত তুমিয়েই আজি মনে বিচাৰে কিনো কোৱা

You need to sign in for commenting.
No comments yet.